I
Icy autumn winds sway
In the cradle of dusk
Like honey bees drunk on orange blossoms.
II
Between the desire and the deferral
Windswept autumn.
III
Hemonta – the season of heartbreak
When pregnant paddy fields swell in fragrant prayer.
Similar Posts
You know
Just this one shirtComing apart at the seamsLove also is perhaps like thisUnclothing itself to sate the heart…
‘এতিয়া বসন্তকাল
এইবুলি কৈ মোৰ কোলাতআহি পৰিলতেজৰঙা বুলবুলি এহাল !কাঁইটীয়া গোলাপৰ ডালবতাহত দোঁ খাই আহিছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল |এতিয়া বসন্তকালফুলতকৈ কাঁইটেই ভাল…[হীৰেন ভট্টাচাৰ্য – ১৯৬৮]
তুমিটো জানাই
এটাই মাথোঁ কামিজতাৰো ছিগো-ছিগো চিলাই |প্ৰেম নিশ্চয় এনেকুৱাইআৱৰণ খুলি হৃদয় জুৰাই |
মোৰ বুকুত কি জ্বলে !
কিহে আৰু ব্যাপক কৰি তোলে !মোৰ অনুভৱে অনুভৱেতোমাৰ প্ৰেমৰ গুণগুণ শব্দএনেকৈ ৰূৰুৱাই জ্বলে যেতাৰ ছাই ভৰি পৰেমোৰ বুকুৰ ভিতৰে-বাহিৰে |সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমেমোক ছাই কৰি পুৰি নিব ক্ৰমে |
নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ |
সময়-শানিত তৰোৱালৰ চিক্মিকনিতএতিয়াও জ্বলিছে এখন পৃথিৱী –দিক্হাৰা হৃদয়ৰ আশ্ৰয় |কলঘৰৰ ক’লা ধোঁৱাইএদিন আকাশত বিজুলী জ্বলাব,ৰাস্তাৰ কাষৰ এইজাক ল’ৰাইজীৱনৰ বাটে বাটে ফুল ফুলাব,ব্যধিগ্ৰস্ত এই নগৰে এদিনআকাশলৈ মূৰ তুলি চাবঃ আকাশ ইমান বহল !দ-কৈ উশাহ লৈ ক’বঃ বতাহ ইমান কোমল !!পোহৰৰ এই স্বৰ্ণ-স্পৰ্শে উজ্জ্বল কৰিলেমোৰ অন্ধকাৰ হৃদয় | উদ্দাম কৰিলে নিস্তেজ মনযি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ…
১)
মোৰ তেজৰ কোলাত দিনৰ উজ্জ্বল গোন্ধ, হিৰণ্ময় ৰাতি |২)আঁঠুৰ ধুলি দুহাতেৰে মচি থিয় দিয়ে দুখ,তুলসীতলৰ গধূলি আৰু কৰুণ কৰে মাটিৰ ঢিমিকি পোহৰে |৩)উৰণীয়া চৰাইৰ পাখিৰ তলত নিম-দুপৰৰ হালধীয়া বাঁহী,আপোনা-আপুনি জাপ খাই আহে মোৰ গধুৰ চকু,নিজানে মেলি ধৰে কাঁইটীয়া বুকুৰ গুলপীয়া পাহি |